বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান-৩



হে বিশ্বাসী সকল, তোমালোকৰ পিতৃ-ভাতৃয়ে যদি বিশ্বাসতকৈ অবিশ্বাসক বেছি পছন্দ কৰে, তেনেহলে সিহতক মিত্ৰ হিচাপে গ্ৰহণ নকৰিবা। তোমালোকৰ যিসকলে তেনে ধৰণৰ মানুহক মিত্ৰ হিচাপে লয়,সিহতেই অন্যায় কৰে।(হে নবী)সিহতক কোৱা-তোমালোকৰ পিতৃ-সন্তান-ভাতৃ-স্ত্ৰী আৰু আত্মীয়-স্বজন, তোমালোকৰ আৰ্জিত ধন-সম্পদ, তোমালোকৰ সেই ব্যৱসায়-বাণিজ্য য’ত লোকচান হোৱাৰ আকাঙ্শা কৰা আৰু তোমালোকে ভালপোৱা পছন্দৰ ঘৰ-বাৰী; সেইবোৰ যদি আল্লাহ, তেওঁৰ ৰছুল আৰু আল্লাহৰ পথত সঙ্গ্ৰাম কৰাতকৈ অধিক প্ৰিয় হয়, তেনেহলে আল্লাহে তেওঁৰ চুড়ান্ত মীমাংসা তোমালোকৰ সন্মুখত উপস্থাপন নকৰালৈকে তোমালোকে অপেক্ষা কৰা। আল্লাহে কেতিয়াও অন্যায়কাৰীবিলাকক সুপথ প্ৰদৰ্শন নকৰে।                      ( তওবা:২৩,২৪ )





               - shamodol

Post a Comment

Previous Post Next Post