: বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান:

হে বিশ্বাসী সকল, তোমালোকে সেই কথা কিয কোৱা, যিটো কাৰ্যত: তোমালোকে নকৰা? তোমালোকে এটা কথা কৈ আন এটা কৰাটো আল্লাহৰ ওচৰত অতিকৈ অপছন্দনীয়। আল্লাহে সেইসকল মানুহক ভালপায়, যিসকলে শৃংখলাবদ্ধভাবে শাৰীপাতি তেওঁৰ পথত যুদ্ধ কৰে, যেনিবা তেওঁলোক গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ হে।
                                   ***

Post a Comment

Previous Post Next Post