:বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান:

-হে বিশ্বাসী সকল, তোমালোকে যেতিয়া পৰস্পৰে গোপন কথা-বতৰা পাতা তেতিয়া দুষ্কাৰ্য, বিৰুদ্ধাচৰণ আৰু ৰছুলৰ অবাধ্যতাৰ কথা নাপাতিবা। বৰঞ্চ সৎকৰ্ম আৰু আল্লাহক ভয় কৰি চলাৰ কথা- বতৰাহে পাতিবা আৰু সেইজন আল্লাহক ভয় কৰি থাকিবা যিজনৰ ওচৰত তোমালোক সকলোকে সমবেত কৰা হ'ব।ফুচফুচাই কথা পাতিবলৈ চয়তানে উদ্গনি দিয়ে আৰু সেয়া এই বাবে কৰে যাতে বিশ্বাসস্থাপনকাৰী সকল দুশ্চিন্তাত পৰে। অথচ আল্লাহৰ অনুমতি বিনে তেওঁলোকৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। মুমিন সকলে মাথোন আল্লাহৰ ওপৰতহে ভৰসা কৰা উচিত।
-মুজাদিলা:৯,১০ ।

Post a Comment

Previous Post Next Post