নবীৰ বাণী জানো আহক-১

  •  জ্ঞানৰ শিৰ হ'ল, আল্লাহক ভয় কৰা।-মিশকাত।

  •  আল্লাহক ভয় কৰা, তেতিয়াহে সৰ্বশ্ৰেষ্ঠ ইবাদতকাৰী হ'ব পাৰিবা।-মিশকাত।

  •  এজনৰ ওপৰত অইন এজনৰ কোনো মৰ্যদা নাই, অৱশ্যে আছে সেয়া আল্লাহ ভীতিৰ ভিত্তিত।-তিবৰানী।

  •  সেই ব্যক্তি দোজখত প্ৰৱেশ নকৰিব,যি আল্লাহৰ ভয়ত কান্দে।-তিৰমিজী।

  •  শ্ৰেষ্ঠ আমল হ'ল, আল্লাহৰ কাৰণে ভালপোৱা আৰু আল্লাহৰ কাৰণে ঘৃণা কৰা।-আবু দাউদ।

Post a Comment

Previous Post Next Post