লক‌্ডাউনৰ সময়ত অন‌্লাইন শিক্ষা গ্ৰহণযোগ্য হয় নেকি !!!

lockdown, COVID-19
Online Education during lockdown

যদি শিক্ষা এক মৌলিক অধিকাৰ হয় তেন্তে Internet access নথকা দুখীয়া ছাত্ৰ-ছাত্ৰীক ইয়াৰ পৰা কিয় বঞ্চিত কৰা হৈ আছে !!! COVID-19 ৰ পিছতে ভাৰতবৰ্ষত লক্‌ডাউন ঘোষণা কৰা হয়, আৰু ইয়াৰ লগে লগেই দেশৰ সকলো ধৰণৰ শিক্ষা ব্যৱস্থা বন্ধ হৈ পৰে। ব্যতিক্ৰমী মাধ্যম হিচাপে বিভিন্ন ধৰণৰ App আৰু প্ৰধানকৈ Zoom নামৰ ভিডিঅ মিটিং App টো আপোন কৰি লোৱা হয়। ১২০ কোটি জনসংখ্যা থকা ভাৰতবৰ্ষত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হ'ল ৬০ কোটি (৫০ শতাংশ মানুহৰ ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সুবিধা নাই); ২৪ কোটি মানুহৰ বিদ্যুতৰ সংযোগ নাই। এনেকুৱা এটা পৰিপ্ৰেক্ষিতত Online Education প্ৰক্ৰিয়া কিমান গ্ৰহণযোগ্য আৰু বাস্তৱসন্মত শিক্ষা পদ্ধতি !!!

শিক্ষা গ্ৰহণ কেৱল মাত্ৰ ধনী আৰু সমাজৰ উচ্চ শ্ৰেণীৰ বাবেই প্ৰযোজ্য নেকি!

Post a Comment

Previous Post Next Post