০আল্লাহে সকলো সৃষ্টিৰ প্ৰতি দয়া আৰু সহানুভূতি দেখুওৱাৰ নিৰ্দেশ দিছে।-মুছলিম।
০আল্লাহে তেতিয়ালৈকে তাৰ বান্দাক সাহায্য কৰে, যেতিয়ালৈকে বান্দায় তাৰ অইন ভাইক সাহায্য কৰে।
-মুছলিম।
০যিজনে তাৰ ভাইৰ প্ৰয়োজন পূৰণ কৰে, আল্লাহে তাৰ প্ৰয়োজন পূৰণ কৰে।-বুখাৰী।
০তোমাৰ ভাইৰ বিপদত আনন্দ প্ৰকাশ নকৰিবা।-তিৰমিজী।
০ইছলামৰ সৌন্দৰ্য্যসমূহৰ এটা হ'ল,নিৰৰ্থক কথা আৰু কাম পৰিত্যাগ কৰা।-তিৰমিজী।

Tags:
Hadith