মুনাৱাৰ ফাৰুকিৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ

ধৰ্মীয় অনুভূতিত আঘাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিখ্যাত ষ্ট্যাণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকিয়ে যোৱা কালি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰে। অভিযোগ অনুসৰি প্ৰায় এক মাহ পূৰ্বে মধ্য প্ৰদেশৰ ইন্দোৰত চলি থকা এটা কমেডি শ্ব'ত হিন্দু দেৱ-দেৱীৰ ওপৰত অশালীন মন্তব্য আগবঢ়াই গ্ৰেপ্তাৰ হ'ব লগীয়া হয় মুনাৱাৰ ফাৰুকি।


কেৱল মাত্ৰ মুছলমান পৰিচয়ৰ বাবে সম্পূৰ্ণ এটা মাহ বিনা দোষত জেইলত বন্দী আছিল অভিযুক্ত মুনাৱাৰ ফাৰুকি।

Post a Comment

Previous Post Next Post