ভাৰতৰ ভিতৰতে প্ৰথম, দিল্লীত কভিড-১৯ আক্ৰান্তই প্লাজমা থেৰাপিৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে, ইণ্ডিয়া টুডেত ২৬ এপ্ৰিলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
ক'ৰ'নাৰ ইতিবাচক ৰিপৰ্ট থকাৰ পিছত ৪৯ বছৰ বয়সীয়া পুৰুষ ৰোগীক ৪ এপ্ৰিল তাৰিখে ছাকেতত অৱস্থিত ম্যাক্স্ হাস্পাতালত ভৰ্তি কৰা হয়, একেদিনাই মানুহজনৰ জ্বৰ আৰু শ্বাসকষ্টৰ ইতিহাস আছিল। প্ৰতিবেদনত আৰু প্ৰকাশ পাইছে যে মানুহজনক সাত দিন পূৰ্বে ভেন্টিলেটৰ সমৰ্থন বন্ধ কৰি দিয়া হৈছিল।
যেতিয়া তেওঁক ভৰ্তি কৰা হয়, তেতিয়া তেওঁৰ সামান্যতম লক্ষণ আছিল যদিও পূৰ্বৰে পৰাই শ্বাসকষ্টৰ ইতিহাস আছিল। নিউমুনীয়া প্ৰথম বিভাগৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটে আৰু ভেন্টিলেটৰৰ সহায় লব লগা হয়।
উৎস: দি কুইণ্ট্।

shamodol
Tags:
news