HomeHadith নবীৰ বাণী জানো আহক পৃথিৱীত মছজিদবোৰেই আল্লাহৰ সকলোতকৈ প্ৰিয় ঠাই। -মুছলিম। মোৰ কাৰণে গোটেই পৃথিৱীখনকে ছিজদাৰ ঠাই আৰু পৱিত্ৰ কৰি দিয়া হৈছে। -মুছলিম। যি আল্লাহৰ উদ্দেশ্যে এটা মছজিদ নিৰ্মাণ কৰে, আল্লাহে জান্নাতত তাৰ কাৰণে এটি প্ৰসাদ নিৰ্মাণ কৰিব। -বুখাৰী। Tags: Hadith Facebook Twitter