:বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান:


হে বিশ্বাসী সকল, তোমালোকে আল্লাহৰ সাহায্যকাৰী হোৱা, তেনেদৰে মৰিয়ম পুত্ৰ ঈছাই তেওঁৰ হাৱাৰী -  সকলক কৈছিল-'আল্লাহৰ পথত ( আহ্বান কৰাত) কোন মোৰ সহায়কাৰী হবাহক? হাৱাৰীসকলে উত্তৰ
দিছিল- ' আমি আল্লাহৰ সহায়কাৰী।' ইছৰাঈল বঙ্হধ-
ৰবিলাকৰ এটা দলে বিশ্বাস স্থাপন কৰিলে আৰু আন এটা দলে অগ্ৰাহ্য কৰিলে।পিছত আমি বিশ্বাসস্থাপন- কাৰীসকলক তেওঁলোকৰ শত্ৰুবিলাকৰ বিপক্ষে সাহায্য কৰিলো। ফলত তেওঁলোক বিজয়ী হ'ল।-ছফ:১৪ ।

Post a Comment

Previous Post Next Post