-হে বিশ্বাসী সকল,সভাস্থলিত যেতিয়া তোমালোকক ঠাই প্ৰশস্ত কৰিবলৈ কোৱা হয়, তেতিয়া তোমালোকে ঠাই প্ৰশস্ত কৰি দিবা। আল্লাহে তোমালোকক প্ৰশস্ততা দান কৰিব আৰু যেতিয়া তোমালোকক উঠি যাবলৈ কোৱা হয়, তেতিয়া তোমালোকে উঠি যাবা। তোমালোকৰ মাজত যিসকল বিশ্বাসস্থাপনকাৰী আৰু যিসকলক জ্ঞান দান কৰা হৈছে আল্লাহে তেওঁলোকক উচ্চ মৰ্যদা দান কৰিব। তোমালোকে যি কৰা সেই সকলো সম্পৰ্কে আল্লাহ সম্পূৰ্ণ অৱগত।-মুজাদিলা:১১
Tags:
Quran