০ দান হৈছে এটি প্ৰমাণ।- মুছলিম।
০ যিজনে আল্লাহৰ কাৰণে এটা দান কৰে, আল্লাহে তাৰ
কাৰণে ইয়াক সাতশ গুণ কৰি লিখি দিয়ে।
- তিৰমিজী।
০ দান কৰিলে সম্পদ হ্ৰাস নহয়।- তিবৰানী।
০ যিজনে আল্লাহ আৰু পৰকালৰ প্ৰতি বিশ্বাস ৰাখে,
তেওঁ যাতে উত্তম কথা কয়।- বুখাৰী।
০ তোমাৰ ভাইৰ ফালে হাহি মুখেৰে চোৱাটোও এটি
দান।- তিৰমিজী।
০ যিজনে মানুহৰ কৃতজ্ঞতা প্ৰকাশ নকৰে, তেওঁ আল্লাহৰ কৃতজ্ঞ হ'ব নোৱাৰে।- আবু দাউদ।
০ যিজনে আল্লাহক ভয় কৰে, তেওঁ ধনী হোৱা দোষনীয় নহয়।- মিশকাত।
০ যিজনে আল্লাহক ভয় কৰে তেওঁৰ কাৰণে সম্পদৰ প্ৰাচুৰ্যতকৈ শাৰীৰিক সুস্থতা উত্তম। - মিশকাত।
***

Tags:
Hadith